SEBA Class 10 General Science Half Yearly Examination Question 2021

SEBA Class 10 General Science Half Yearly Examination Question 2021: SEBA Board Class 10 Half Yearly Examination Question Paper Nagaon District.

SEBA Class 10 General Science Half Yearly Examination Question 2021

Half Yearly Examination – 2021
Sub: General Science
Class :X
Time: 3 hrs.
Full Marks: 90

1. তলৰ প্রশ্নবােৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা । 1×10=10
Select the correct answer from the following questions:
(a) তলৰ কোনটো ভৌতিক পৰিৱর্তন
Which of the following is an example of physical change?
(i) খাদ্যৰ ৰন্ধন (Cooking of food)
(i) কয়লাৰ দহন (Combustion of coal)
(ii) লােত মামৰে ধৰা (Rusting of iron)
(iv) ইয়াৰ এটাও নহয় (None of these)

(b) তলত দিয়াবােৰৰ ভিতৰত আটাইতকৈ কম সক্রিয় মৌলটো কি?
Which of the following element is less reactive?
(i) যিংক (Zinc) (ii) মেগনেছিয়াম (Magnesium)
(ii) আয়ন (Iron) (iv) কপাৰ (Copper)

(c) এটা দ্ৰৱই নীল লিটমাছ ৰঙা কৰিছে। ইয়াৰ PHহ’ব পাৰে।
A solution makes blue Litmas red. It’s PH
(i) 4 (ii) 7.5 (iii) 9 (iv) 11

(d) উদ্ভিদৰ দেহত জাইলেমৰ কাম হল –
Functions of xylem in plant body-
(i) পানীৰ পৰিবহণ (Transportation of water)
(i) খাদ্যৰ পৰিবহণ (Transportation of food)
(iii) এমিন’ এছিডৰপব্বিহ (Transportation of AminoAcid)
(iv) অক্সিজেনৰ পৰিবহণ (Transportation ofoxygen)

(e) তলৰ কোনবিধ মানৱ দেহৰ অংগই পাচিত খাদ্যৰ পৰা পানীভাগ শােষণ কৰে ?
Which of the following human organ absorbs water from the digested food?
(i) পাকস্থলী (Stomach)
(ii) ক্ষুদ্রান্ত্র (Small intestine)
(i) বৃহদান্ত্র (Large intestine)
(iv) বৃক্ক (Kidney)

(f) পটাছিয়ামৰ ইলেকট্রনীয় বিন্যাস হ’ল
Electronic configuration of Potassium is –
(i) 2.8.1
(ii) 2.8.8.1
iii) 2.8.8.2
(iv2.8.7

(g) অৱতল দাপােন এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পােৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান হব–
The image formed by a Concave mirror is found virtual, erract and large in size in comparison with the object. The position of the object in the mirror is –
(i) ফ’কাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত
(In between focus and radius of curvature)
(ii) ভাঁজ কেন্দ্ৰত(In the centre of curvature)
(iii) ভাঁজ কেন্দ্ৰৰ বাহিৰত (Outside of the centre of curvature)
(iv) দাপােনৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজত
(In between Pole and Principal focus of the mirror)

(h) তলত দিয়া কোনবিধ পদার্থ লেন তৈয়াৰীত ব্যৱহৃত নহয় ?
Which of the following is not used in the Preparation of Lens?

(i) পানী (Water)

(ii) মৃত্তিকা (clay)
(ii) প্লাষ্টিক (plastic)
(iv) কাঁচ (glass)

(i) নিয়মীয়া দৃষ্টিৰ সদ্যপ্রাপ্তবয়স্কৰ বাবে স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্ব হব —
The least distance of distinct vision of a freshly adult eye is –
(i) 2.5 cm
(ii) 2.5m
(iii) 25cm
(iv) 25m

(j) বিভৱ ভেদৰ S.I. এককটো হ’ল
The S.I. unit of Potential Difference is –
(i) এম্পিয়েৰ (Ampere) (ii) কুলম্ব (Columb)
(ii) ভল্ট (Volt)
(iv) ইয়াৰ এটাও নহয় (None of these)

2. এটা পদার্থ ‘X’-ৰ দ্ৰৱক বগা ৰঙা সানিবলৈ ব্যৱহাৰ কৰা হয়।
A solution of a substance ‘X’ is used for white washing
(i) পদার্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।
Name the substance ‘X’ and its formula.
(ii) ‘X’ য়ে পানীৰ সৈতে কৰা বিক্রিয়াটো লিখা।
Write the reaction of ‘X’ with water.

3. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া কাক বােলে ? প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।
Define exothermic and endothermic reaction. Give one example of each.

4. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলনকৰা।
Write the following statements in the form of a chemical equations and balance the equations.
(i) হাইড্রজেন গেছে নাইজেন গেছৰ সৈতে লাগলাগি এমনিয়া প্রস্তুত কৰে।
Hydrogen gas combines with nitrogen to form ammonia.

(ii) ছডিয়াম ধাতুৰে পানীৰ সৈতে বিক্রিয়া কৰি ছ’ডিয়াম হাইড্রক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

Sodium metal reacts with water and produces sodium hydroxide and Hydrogen gas.

5. দৈ আৰু টেঙা খাদ্যবস্তু তামৰ পাত্ৰত থােৱা নহয় কিয়?
Why Curd and Sour substances are not stored in Copper container?

6. এছিড এটা লঘু কৰােতে এছিড পানীত যােগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যােগ কৰিবলৈ কোৱা নহয় কিয় ?
For diluting an acid, acid is to be added in water but not water
into acid, why?

7. তােমাৰ হাতত ‘A’ আৰু ‘B’ দুটা দুৱ আছে। দুৱ ‘A’ ৰ PHৰ মান 6 আৰু দ্ৰৱ ‘B’ ৰ PHৰ মান ৪। কোনটো দ্রুত হাইড্রজেন আয়নৰ গাঢ়তা বেছি? দ্ৰৱ দুবিধৰ কোনবিধ আম্লিক আৰু কোনবিধ ক্ষাৰকীয়? কাৰণ দৰ্শাই লিখা।
You have two solutions, named ‘A’ and ‘B’. The pH value of ‘A’ and ‘B’ are 6 and 8 respectively. Which of them are acidic and basic? Give appropriate reasons,

৪, এবিধ প্রাকৃতিক সূচকৰ নাম লিখা।
Write the name of a natural acid-base indicator.

9. ছডিয়াম ধাতুক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?
Why Sodium metal is preserved in Kerosine oil?

 

10. কার্বন, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন লিখা। 1+1+1=3
Construct the electron dot structures of Carbon, Oxygen and Magnesium atom.

অথবা / Or

তাপজাৰণ আৰু দগ্ধীকৰণৰ দুটা প্রভেদ লিখা। এবিধ ছালফাইডযুক্ত আকৰিকৰ নাম লিখা 2+1=3
Differentiate between Roasting and Calo on. Write a name of Sulphide ore. 2

 

11. আয়নীয় যৌগৰ দুটা ধর্ম উল্লেখ কৰা৷ 2
Mention the two properties of Ionic Compounds.

12. উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ নাম সংকেত সহকাৰে লিখা 1+1+1=3
What is amphoteric oxide? Write the names of two amphoteric oxides with their formula.

13. ইলেকট্রন স্থানান্তৰণৰ দ্বাৰা CaCl2, অণুৰ গঠন দেখুওৱা। 2
Show the structure of ‘CaCl2, ‘ molecule by electron transfer method.

14. কিহৰ ওপৰত ভিত্তি কৰি কোনাে এটা জীৱ জীৱিত নে মৃত তাক
ঠাৱৰ কৰা হয় ? 2.
What are the basic features that can distinguish between living and non living things? 2

15. মানুহৰ পাকস্থলীত থকা এছিডৰ ভূমিকা কি?
What are the roles of acid in human stomach?

16. কি কি প্রকাৰে জীৱদেহত গ্লক’জ জাৰিত হৈ শক্তি উৎপন্ন কৰে ব্যাখ্যা কৰা।
What are the various process through which glucose oxidises to release energy in living bodies. Explain.

17. সবাত শ্বসন আৰু অবাত শ্বসন প্রক্রিয়াৰ মাজত থকা দুটা পার্থক্য লিখা। সবাত আৰু অবাত শ্বসন সম্পাদন কৰা একোটাকৈ প্ৰাণীৰ নাম লিখা।
What are the two basic differences between aerobic and anaerobic respiration? Give one example of each animal who performs aerobic and anaerobic respiration?

18. মানুহৰ হৃদযন্ত্রৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে চিত্র সহকাৰে বৰ্ণনা কৰাঁ।
Draw a clear diagram of the inner part of human heart and explain it.

19. পৰিপুষ্টি কি?
What is nutrition?

20. প্রতীপ ক্রিয়া আৰু খােজকঢ়াৰ মাজত পার্থক্য কি?
Distinguish between reflex action and walking.

21: উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?
How chemical co-ordination occurs in plants. Explain.

অথবা।
Or

নিউৰণৰ গঠনৰ এটি চিত্র আঁকা আৰু ইয়াৰ কাৰ্য্য বর্ণনা কৰা।
Draw a clean diagram of the structure of neuron and explain its functions.

22. উদ্দীপনাৰ প্রতিক্রিয়া হিচাপে নিলাজী বনে কেনেদৰে আকৃতি সলনি কৰে?

How Mimosa Pudica (touch me not) plant changes its shape as an immediate response to stimulus?

23. কেন্দ্রীয় স্নায়ুতন্ত্র আৰু প্রান্তীয় স্নায়ুতন্ত্রৰ দুটা পার্থক্য লিখা।
State any two differences between Central nervous system and Peripheral nervous system.

24. পােহৰৰ প্রতিফলন বুলিলে কি বুজা? প্রতিফলনৰ নিয়ম দুটা লিখা। 1+2=3
What is reflection of light? State the two laws of reflection.

25.  গাড়ীৰ পিছলৈ চোৱা দাপােন হিচাপে উত্তল দাপােন কিয় ব্যৱহৃত
Why Convex mirror is used as rear view mirror in vehicles?

26. 28cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপােন এখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।
Find the focal length of a Convex mirror whose radius of curvature is 28cm.

27. হীৰাৰ প্রতিসৰণাংক 2.42। এই কথাষাৰৰ অর্থ কি?
The refractive index of diamond is 2.42. What is the significance of this term?

28. 15cm ফ’কাছ দৈর্ঘ্যৰ উত্তল দাপােন এখনৰ পৰা 10cm দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা।
An object is placed 10cm away from the convex mirror whose focal length measures 15cm. Find out the position of the image and the nature of the image.

29. এজন ছাত্রই শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভােগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশােধন কেনেকৈ কৰিব পাৰি ?
A boy feels disturb in vision when he seats at the last bench. What may be the defect he suffers from? How it can be corrected?

30. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি?
What are the far and near point of normal eyes?

31. দৃষ্টিৰ বিকাৰ বুলিলে কি বুজা? ই কেইবিধ আৰু কি কি?
What do you mean by the defect of eyes? What are its various types? Write the name of defects of the eye.

32) বিদ্যুৎ প্রবাহৰ ব্যৱহাৰিক এককবিধ কি? ইয়াৰ সংজ্ঞা লিখ।
What is the practical unit of current electricity? Define it.

33, এটা বৈদ্যুতিক বর্তনীত প্ৰৱাহৰ দিশ কি ?
What is the direction of electric current in a circuit?

34, ওম’ৰ সূত্ৰটো লিখা আৰু ইয়াক গণিতীয় ৰূপত প্ৰকাশ কৰা।
State Ohm’s law. Express it in Mathematical form.

35. পৰিবাহীৰ ৰােধ বুলিলে কি বুজা? বােধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ 1+2=3
What is called Resistance of a conductor? What are the
factors on which Resistance of a Conductor depends?

(10 নম্বৰ আভ্যন্তৰীণ মূল্যায়ণৰ বাবে ৰখা হৈছে)
(10 marks is allocated for Internal Assessment)

 

Check also:

Class10 Social Science Half Yearly Examination 2021{Nagaon District}

Half Yearly Exam Question Paper General Science Class 9 (Nagaon District )

Leave a Comment

Your email address will not be published.

x