SEBA Class 10 General Science Barpeta District Question Paper 2021

SEBA Class 10 General Science Barpeta District Question Paper 2021:  Dear class 10 students of Barpeta Districts, you can find here Half Yearly year general science question paper.

SEBA Class 10 General Science Barpeta District Question Paper 2021

Half Yearly Examination: 2021
Subject: General Science
Class: X
Time: 3 Hours
Full Marks: 100

(The figures in the margin indicate full marks for the questions)

SECTION-A
(‘ক’ শাখা)

For each question given below, four answers are given. Out of four, only one answer is correct. Select the correct answer.

তলৰ প্রতিটো প্রশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্র এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

1. `F_{e}O_{3}+2Al\rightarrow Al_{3}O_{3}+2Fe`

The above reaction is an example of a :
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ হয়।
a) combination reaction (এটা সংযােজন বিক্রিয়াৰ)
b) double displacement reaction (এটা দ্বিঅপসৰণ বিক্রিয়া)
c) decomposition reaction (এটা বিযােজন বিক্রিয়াৰ)
d) displacement reaction (এটা অপসৰণ বিক্রিয়াৰ),

2. Which one of the following types of medicines is used for
treating indigestion?
অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? |
a) Antibiotic (এন্টিবায়টিক)
b) Analgesic(বেদনানাশক)
c). Antacid (অম্লনাশক)
d) Antiseptic (বীজাণুবাৰক)

3. Element X forms a chloride with the formula `XCl_{2}`,  Which is a solid with a high melting point X would most likely be in the same group of the periodic table as:
মৌল Xয়ে `XCI2`, সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গােটা পদার্থ। মৌল Xতলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ। সম্ভাৱনা সবাতােকৈ বেছি?

(a) Na
(b) Mg
(c) Al

(d) Si

4. The kidneys in human beings are a part of the system for
মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ_______

a) nutrition (পৰিপুষ্টি)
b) respiration (শ্বসন)
c) excretion (ৰেচন)
d) transportation (পৰিবহন)

5. The gap between two neurons is called a
দুটা নিউৰণৰ মাজৰ খালী ঠাইক কি বুলি কয়
a) dendrite (ডেনড্রাইট)
b) synapse (চাইনেপচু)
c) axon (এক্সন)
d) impulse (প্রেৰণা)

6. The sex chromosomes of men are
পুৰুষৰ লিংগ নির্ণায়ক ক্ৰ’ম’জম যােৰ হ’ল –
(a) XX (b) YY (c) XY (d) X

7. Which one of the following materials cannot be used to make a lens?
তলত দিয়া কোনটো পদার্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নােৱাৰি?] a) Water (পানী) b) Glass (কাঁচ)
c) Plastic (প্লাষ্টিক)
d) Clay (মৃত্তিকা)

8. No matter how far you stand from a mirror, your image appears erect. The mirror is likely to be
দাপােণ এখনৰ পৰা যিমানে দূৰত থিয় নােহােৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপােণখন কেনেকুৱা হ’ব পাৰে?

a) Plane (সমতল) (b) Concave (অৱতল)
c), Convex (উত্তল) (d) either plane or convex (হয় সমতল নতুবা উত্তল)

9. The human eye forms the image of an object at its-
মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান
a) Cornea (কর্ণিয়া)
b) Iris (চকুৰ পতা)
c) Pupil (চকুৰ মণি)
d), Retina (অক্ষিপট)

10. A solar water heater cannot be used to get hot water on-
পানী গৰম কৰিবলৈ সৌৰজল হীটাৰ এটা ব্যৱহাৰ কৰিব নােৱাৰা দিনটো হৈছে এটা
a) a sunny day (ৰৌদ্রোজ্জ্বল দিন)
b) a cloudy day (ডাৱৰীয়া দিন):
c) a hot day (গৰম দিন)
d) a windy day (বতাহে কোবােৱা দিন)

SECTION – B (‘খ’ শাখা)

11. A solution of a substance ‘X’ is used for white washing Name the substance ‘X’ and write its formula.
এটা পদার্থ ‘X’ৰ দুৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদার্থ ‘X’ৰ নাম আৰু সংকেত লিখা।

12. Which gas is usually liberated when an acid reacts with a metal?
এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ?

13. Did Dobereiner’s triads also exist in the columns of Newland’s Octaves ? Compare and find out.
নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বা-ৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

14. What are outside raw materials used for by an organism?
জীৱৰ বাবে প্রয়ােজনীয় কোন বিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?

15. Which part of the brain maintains posture and equilibrium of the body?
মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?

16. Name of mirror that can give an erect and enlarged image
এখন দাপােণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।

17. What is the far point and near point of the human eye with normal vision?
স্বাভাবিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি?

18. a) Why should a magnesium ribbon be cleaned before burning in air?
বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ?

b) Why should curd and sour substances not be kept in brass and copper vessels?
দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰুমৰ পাত্ৰত থােৱা নহয় কিয়?

19. a) Why do you think the noble gases are places in a separate group?
সম্রান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?

b) What is the role of the acid in our stomach ?
আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

20. a) What is the difference between a reflex action and walking?
প্রতীপ ক্রিয়া আৰু খােজ কঢ়াৰ মাজত পার্থক্য কি?

b) What is a good source of energy?
কুৰ ভাল উৎস কি?

21. Write one equation each for decomposition reactions where energy is supplied in the form of heat and light.
তাপ আৰু পােহৰ শক্তিৰে সংঘটিত বিযােজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।

22. You have two solutions, A and B. The pH of solution A is 6 and  `P^{H}` of solution B is 8. Which solution has more hydrogen ion concentration? Which of this is acidic and which one is basic?
তােমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ `P^{H}` ৰ মান 6 আৰু দ্রব Bৰ Pৰমান ৪। কোনটো দ্রবত হাইড্রজেন আয়নৰ গাঢ়তা বেছি? কোনটো  আম্লিক আৰু কোনটো খাৰকীয় ?

23. What were the limitations of Newland’s Law of Otaves?
নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ কি কি আছিল?

24. What is another name of a nerve cell? Write the name of
মায়ু কোষৰ আনটো নাম কি? স্নায়ুপ্রবর্ধ দুবিধৰ নাম লিখা।

25. a) If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population. Which trait is likely to have arisen earlier?
যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনাে এটা প্রজাতিৰ জনসংখ্যাৰ A চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত B চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্রিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ?

b) What are the disadvantages of fossil fuels ?
জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?

26. What does one mean by exothermic and endothermic reactions? Give examples.
তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

27. a) While diluting an acid, why is it recommended that the acid should be added to water and not water to the acid ?
এছিড এটা লঘু কৰোঁতে এছিড পানীত যােগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যােগ কৰিবলৈ কোৱা নহয় কিয়?

b) What are the differences between aerobic and anaerobic respiration ?
সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি?

28. a) How do Mendel’s experiments show that traits may be dominated or recessive?
মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যােগেদি বংশানুক্রমিকভাৱে প্রবাহিত চৰিত্ৰ বিলাকৰ কোনটো প্রভাবী আৰু কোনটো অপ্ৰভাবী তাক নির্ণয় কৰিছিল ?

b) Why are we looking at alternate sources of Energy?
আমি শক্তিৰ বিকল্প উৎস বিচাৰাে কিয় ?

Or/ নাইকা

What is acid rain ?
এছিড বৰষুণ কি?

29. a) Write the balanced equation for the following chemical reactions.
i) Hydrogen+Chlorine →  Hydrogen Chloride

ii) Sodium+water→  Sodium Hydroxide + Hydrogen

তলৰ ৰাসায়নিক বিক্রিয়াবােৰৰ বাবে সপ্তলিত সমীকৰণ লিখা।

i) হাইড্রজেন + ক্ল’ৰিণ → হাইড্রজেন ক্ল’ৰাইড
ii) ছ’ডিয়াম + পানী ⇒ ছ’ডিয়াম হাইড্রইড + হাইড্রজেন।

 

b) Draw a neat labelled diagram of the longitudinal section view of the human heart.
মানুহৰ হৃদ্যন্ত্রৰ এটা পৰিষ্কাৰ চিহ্নিত দৈর্ঘ্যচ্ছেদৰ চিত্র আঁকা।

30. How is the sex of the child determined in human beings?
মানুহৰ সন্তানৰ লিংগ নির্ধাৰণ কিদৰে কৰা হয়?

31. What are the different ways in which individuals with a particular trait may increase in a population?
কি কি প্রকাৰে কোনাে এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যা ক্রমাগতভাৱে বাঢ়ি যায়?

32. What do you mean by precipitation reaction ? Explain by giving examples.
অধঃক্ষেপন বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা। 3

33. What is the need for a system of control and coordination in an organism?
জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়ােজন? 3

34. Make a diagram to show how hypermetropia is corrected. Explain it
দূৰ-দৃষ্টিগ্রস্ততাৰ সংশােধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। বর্ণনা কৰিবা। 3

35. You have been provided with three test tubes. One of them contains distilled water and the other two contain an acidic solution and basic solution, respectively. If you are given only red limus paper how will you identify the contents of each test tube?
তােমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্রমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তােমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্রতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ?। 3

36. Light enters from air to glass having refractive index 1.50. What is the speed of light in the glass? The speed of light in vacuum is `3\times 10^{8} ms^{-1}`
পােহৰ বায়ুৰ পৰা 1.5প্রতিসৰণাংকৰ কঁাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাচত
পােহৰৰ দ্রুতি কিমান হ’ব? শূন্যত পােহৰৰ দ্রুতি `3\times 10^{8} ms^{-1}` প্রতি ছেকেণ্ড। 3

37. An object is placed at a distance of 10 cm from a convex mirror of focal length 15 cm. Find the position and nature of the image.
15 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল দাপােণ এখনৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা। 3

38. The far point of a myopic person is 80 cm in front of the eye. What is the nature and power of the lens required to correct the problem?
নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান? 3

39. What is photosynthesis? What are the principal events that occurred during photo synthesis? State how CO2, is absorbed by plants?
সালােক সংশ্লেষণ কি? সালােক সংশ্লেষণৰ সময়ত হােৱা মুখ্য ঘটনাসমূহ কি? উদ্ভিদে কেনেকৈ CO2, শোষণ কৰে লিখা। 1 + 3+1 = 5

Or /নাইবা

Name the parts of the excretory system in humans. Describe the mechanism of urine formation and elimination.
মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা। মূত্র উৎপাদন আৰু বর্জন প্রক্রিয়াৰ বিষয়ে বর্ণনা কৰা।

40. What were the criteria used by Mendeleev in creating his periodic table ? Describe it. Write about limitations of Mendeleev’s classification.
মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ কি কি আছিল? বর্ণনা কৰা। মেণ্ডেলিভৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাৰ বিষয়ে লিখা। 3+2=5

41. Write the Laws of reflection of light. Write about uses of concave mirror. A ray of light travelling in air enters obliauely into water. Does the light ray bend towards the normal or away from the normal ? Why?
পােহৰৰ প্ৰতিফলনৰ সূত্র সমূহ লিখা। অৱতল দাপােণৰ ব্যৱহাৰ সমূহৰ বিষয়ে লিখা। পােহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পােহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? কিয় ? 1 + 2 + 2 = 5

Or /নাইবা

Describe about the pole, centre of curvanture, Radius of Curvanture and principal axis of a spherical mirror
গােলাকাৰ দাপােণৰ মেৰু, ভজ কেন্দ্র, ভাজ ব্যাসার্ধ আৰু মুখ্য অক্ষর বিষয়ে বর্ণনা কৰা।

42. Internal Assessment.
আভ্যন্তৰীণ মূল্যায়ন।

Check also:

SEBA Class 10 Sivasagar District Assamese Question Paper 2021

SEBA Class 10 Computer Science Half Yearly Exam Question paper 2021

SEBA Class 10 Advance Geography Half Yearly Examination 2021

\

Updated: 17th November 2021 — 10:46 pm

Leave a Reply

Your email address will not be published. Required fields are marked *

Study Solve © 2021 Contact Us | 

   DMCA Policy

 

error: Content is protected !!