SEBA Board Class 9 Social Science Half Yearly Exam Question Paper 2021:
Half Yearly Examination – 2021
Sub: Social Science
Class: IX
Time: 3 hrs.
Full Marks: 90
SEBA Board Class 9 Half Yearly Examination 2021
The figures in the margin indicate full marks for the question: 1×5=5
Section- A
‘ক’ বিভাগ
1. Choose the correct answer-
শুদ্ধ উত্তৰটো বাছি উলিওৱা-
i) Name the person who started the Sepoy Multiny-
(a) Nana Saheb
(b) Rani Lakshmibai
(c) Mangal Pandey
(d) Bhagat Singh
চিপাহী বিদ্রোহ সূচনা কৰা চিপাহীজনৰ নাম হ’ল—
(a) নানা চাহেব
(b) ৰাণী লক্ষ্মীবাই
(c) মংগল পাণ্ডে
(d) ভগৎ সিং
ii) What is the percentage of water on the earth’s surface?
(a) 82%
(b) 79%
(c) 69%
(d) 71%
পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগে আগুৰি আছে?
(a) ৮২%
(b) ৭৯%
(c) ৬৯%
(d) ৭১%
iii) Written of ‘Vande Mataram’ song is-
(a) Bankim Chandra Chatterjee
(b) M.D. Iqbal
(c) Rabindranath Thakur
(d) Lakshminath Bezbaruah
বন্দেমাতৰম গীতৰ ৰচক হ’ল—
(a) বঙ্কিমচন্দ্র চট্টোপাধ্যায়
(b) মহম্মদ ইকবাল
(c) ৰবীন্দ্রনাথ ঠাকুৰ (d) লক্ষ্মীনাথ বেজবৰুৱা
iv) Population of Assam as per 2011 census –
(a) 42,50,67,38,422 (b) 3,12.05,576
(c) 1,2,1,01,93,422 (d) 3,11,69,272
২০১১ চনৰ লােকপিয়লৰ মতে অসমৰ জনসংখ্যা –
(a) ৪২,৫০,৬৭,৩৮,৪২২ (b) ৩,১২,০৫,৫৭৬
(c) ১,২১,০১,৯৩,৪২২ (d) ৩,১১,৬৯,২৭২
v) ……….. is known as the father of economics.
(a) Adam smith
(b) Lionnel Robbins
(c) Alred Marshall
(d) Samuelson
অর্থবিজ্ঞানৰ পিতৃ বুলি……. কোৱা হয়।
(a) এডাম স্মিথ
(b) লায়নেল ৰবিন্স
(c) আলফ্রেড মাছেল
(d) ছেয়ুৱেলছল
Section- B ‘খ’ বিভাগ
Part- I প্রথম খণ্ড
2. When was the East India Company established?
ইষ্ট ইণ্ডিয়া কোম্পানি কিমান চনত গঠন হৈছিল ?
3. Which was the first newspaper of India?
ভাৰতৰ প্ৰথমখন বাতৰিকাকতৰ নাম লিখা।
4. When was the battle of Plassey fought and between whom?
পলাচী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল ?
5. When and where was the first printing press established in India?
ভাৰতৰ প্রথম ছপাশাল কেতিয়া, ক’ত স্থাপন হৈছিল ?
|
6. Who was the first Portuguese sailor to discover the sea route between Indian and the west? When and where in India did he arrive for the first time?
ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পতুগীর্জ নারিকজনৰ নাম লিখা। তেওঁ কেতিয়া আৰু কত পােন প্রথমে উপস্থিত হৈছিল?
7. Write a short note o (any two) 3×2=6
চমুটোকা লিখা (যিকোনাে দুটা)
(i) Annie Besant/ এনি বেছান্ট
(ii) India National Congress/ ভাৰতীয় জাতীয় কংগ্রেছ
(iii) Raja Rammohan Roy/ ৰাজা ৰামমােহন ৰায়
8. Mention four important reasons for the growth of Indian nationalism.
চিপাহী বিদ্রোহৰ চাৰিটা গুৰুত্বপুর্ণ ফলাফলৰ বিষয়ে লিখা।
9. Write about four important reasons for the growth of Indian nationalism.
ভাৰতীয় জাতীয় জীৱন গঢ়ি তােলাত মুখ্য ভূমিকা লােৱা চাৰিটা কাৰকৰ বিষয়ে লিখা।
10. How did the development of transport and communication lead to the growth of nationalism in India?
ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লােৱা চাৰিটা কাৰকৰ বিষয়ে লিখা।
Or অথবা
What is the Aligarh movement? To what extent did it modern outlook and thinking among the Indian Muslims?
আলিগড় আন্দোলন কি? এই আন্দোলন কি? এই আন্দোলনে মুছলমান সকল বা কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল বর্ণনা কৰা৷
11. When was the ‘Indian council Act’ enacted? Write two merits and demerits of the Indian council act.
ভাৰত পৰিষদ আইন কেতিয়া প্রণয়ণ কৰা হৈছিল? ইয়াৰ দুটাগুণ গুন ‘দৈয়ে আৰু দুটা দোষ লিখা।
Or আথবা
When was the ‘Government of India Act’ enacted? mention four administration changes through this Act.
ভাৰত চৰকাৰ আইন কেতিয়া প্রণয়ন কৰা হৈছিল ? এই আইনৰ জৰিয়তে হােৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
Part- II দ্বিতীয় খণ্ড
12. What is exogenic factor?
বাহ্যিক কাৰক মানে কি?
13. What is the total length of Indian coastlines?
ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান ?
14. Write two differences between glacier and river.
হিমবাহ আৰু নদীৰ মাজৰ দুটা পার্থক্য লিখা।
15. Write two characteristics of the climate of India.
ভাৰতৰ জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা।
16. What are the physiographic divisions of India?
ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কিকি?
17. Outline the pattern of rainfall distribution in India.
ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।
18. What is a tributary ? Name two major tributaries of the Brahmaputra.
উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা।
19. Write four impacts of migration in India.
ভাৰতত জনপ্ৰব্ৰজনৰ ফলত পৰা চাৰিটা প্রভাৱ লিখা।
20. Write how sea waves bring about change in the coast.
সাগৰ-মহাসাগৰৰ টোৱে উপকুলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমু টকা লিখা।
21. Write about the geographical location of India.
ভাৰতবৰ্ষৰ ভৌগােলিক অৱস্থানৰ বিষয়ে লিখা।
Or অথবা
Write a note on the impact of the monsoon in India.
ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটি টোকা লিখা।
22. What is moraine? Draw a diagram to show different types of moraine.
গ্রাভ কি? এটি চিত্র আঁকা বিভিন্ন শ্রেনীৰ গ্ৰাভবােৰ দেখুওৱা।
Or অথবা
What is ox-bow lake? Draw a diagram to show how it is formed.
অশ্বখুৰা হ্রদ কি? এটি চিত্র আঁকি ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজায় লিখা।
Part- III তৃতীয় খণ্ড
23. Write the name of the first regional political party of India
ভাৰতৰ প্রথম আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
24. Mention two characteristics of the Indian political system.
ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।
25. The words ‘Micro and Macro’ have been derived from which two words?
Micro আৰু Macro শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে?
26. Write down the basic concepts of the definition of economics given by Lionnel Robbins.
লায়নেল ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা লিখা।
27. Mention three reasons for the birth of the regional political parties in India.
ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ তিনিটা কাৰণ উল্লেখ
28. Write two merits and two demerits of the coalition government.
মর্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ লিখা।
29. Write a note on the importance of the study of economics.
অর্থবিজ্ঞানৰ অধ্যয়ণৰ প্ৰয়ােজনীয়তা সম্পর্কে চমুটোকা লিখা।
Check Also:
SEBA Board Class 9 Syllabus for Half Yearly Examination 2021
SEBA Board Class 9 Half Yearly Exam 2021 English Some Important Question
SEBA Board Class 9- 10 All Subject Syllabus for Half Yearly Exam PDF
SEBA Board Class 10 Social Science Chapter 2 Question & Answer
Tomorrow is my exam hope this question Paper will might be come in my exam
This paper is so easy but our paper had some hard question
Hello sir a very good effort keep it up may lord help you to succed in life
I need pdf of this paper 😏