Half Yearly Exam Question Paper General Science Class 9 (Nagaon District )

Half Yearly Exam Question Paper General Science Class 9 (Nagaon District ):Half Yearly Exam Question Paper General Science Class 9 (Nagaon District )

Half Yearly Examination – 2021
Sub: General Science
Class: IX
Time: 3 hrs.
Full Marks: 90

The figures in the margin indicate full marks for the question. 1×5=5

SECTION – A
‘ক’ বিভাগ।

1. For each question given below four answers are given. Choose the correct answer:

তলৰ প্ৰতিটো প্রশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো
বাছি উলিওৱা:

(a) The boiling point of water is –
i) 273K i) 100K
iii) 373 K iv) 273°C
পানীৰ উতলাংক-
i) 273K ii) 100K
iii) 373K iv) 273°C

(b) Which of the following will show “Tyndall effect”?
i) Salt solution
ii) Milk & water mixture
iii) Colloid
iv) Water
তলৰ কোনটোৱে টিণ্ডেল ক্রিয়া দেখুৱায়?
i) দ্ৰৱণ
ii) গাখীৰ আৰু পানীৰ মিশ্রণ
iii) কলয়ড
iv) পানী

(c) The Avogadro number is –
i) 60.22×1023
ii) 6.022×1023
iii) 6.022×102
iv) 602.2×1023

এভ’গ্রেড্র’ ধ্ৰুৱকটো হ’ল
i) 60.22×1023
ii) 6.022×1023
iii) 6.022×1022
iv) 602.2×1023

(d) Protein synthesis takes place in –
i) nucleus
ii) Mitochondria
iii) Golgi Apparatus
iv) Ribosome
প্র’টিন সংশ্লেষণৰ স্থান হৈছে –
i) নিউক্লিয়াছ।
ii) মাইট’কণ্ডিয়া
iii) গলজি সংঘ
iv) ৰাইব’জম

(e) S.I. Unit of force is –
i) Joule
ii) Dyne
iii) Newton
iv) Kg ms-1
বলৰ এচ আই (SI) একক হ’ল –

i) জুল
ii) ডাইন
iii) নিউটন
iv) Kg ms-1

SECTION – B
‘খ’ বিভাগ

 

2. Convert the following temperatures into the Kelvin scale.
i) 25°C
ii) 100°C
তলৰ উষ্ণতা বিলাক কেলভিনত প্ৰকাশ কৰা:
i) 25°C
ii) 100°C

3. What type of clothes should we wear in summer?
গ্রীষ্মকালত আমি কি ধৰণৰ কাপােৰ পিন্ধিব লাগে ?

4. What is evaporation?  State the factors on which the rate of evaporation depends.
বাষ্পীভৱন কাক বােলে? বাষ্পীভৱনৰ হাৰ নিৰ্ভৰ কৰা কাৰককেইটা উল্লেখ কৰা।

5. What are the characteristics of the particles of matter?

পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্টবিলাক কি কি?

6. What is dry ice?
শুকান বৰফ কি?

7. What is sublimation?
উর্ধপাতন কাক বােলে ?

8. Differentiate between mixture and compound.
মিশ্রণ আৰু যৌগৰ পার্থক্য লিখা।

9. A solution contains 60 gm of common salt in 320 gm of water. Find out the concentration of the solution in percentage.

320 gm পানীত 60gm নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্রস্তুত কৰা হ’ল। দ্ৰৱণটোৰ গাঢ়তা শতাংশত প্ৰকাশ কৰা।

10. Name the technique to separate the following mixtures.
i) Kerosene oil from water ii) butter from curd

তলৰ মিশ্ৰণবােৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
i) কেৰাচিন তেল আৰু পানী ii) দৈৰ পৰা মাখন

11. What are metalloids? Name any two metalloids.
ধাতুকল্প কাক বােলে? দুটা ধাতুকল্পৰ নাম লিখা।

12. Write Dalton’s atomic theory’s postulates.
ডেল্টনৰ পৰমাণুবাদৰ স্বীকার্যসমূহ লিখা।

13. a) Define the atomic mass unit.
পাৰমাণৱিক ভৰৰ এককৰ সংজ্ঞা লিখা।

b) Write the atomic mass of sodium.
এই এককত ছডিয়ামৰ পাৰমানৱিক ভৰ কিমান?

14. Write the chemical formula of –
ৰাসায়নিক সংকেত লিখা
i) Calcium carbonate
কেলছিয়াম কার্বনেট
ii) Ammonium sulphate
এমনিয়াম ছালফেট

15. What does the odometer of an automobile measure?
মটৰ গাড়ীৰ অড’মিটাৰৰে কি জোখে?

16. Distinguish between speed and velocity.
দ্রুতি আৰু বেগৰ পার্থক্য লিখা।

17. Draw a distance-time graph of an object moving with uniform speed.
সুষম দ্রুতিত গতি কৰা বস্তু এটাৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখ অংকন কৰা।

18. A car accelerates uniformly from 18 Kmh- to 36Kmh-‘in 5s. Calculate
i) the acceleration and
ii) the distance covered by the car in that time

গাড়ী এখন 18Kmh-‘ৰ পৰা 36Kmh-‘লৈ 5 চেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে। ইয়াৰ (i) ত্বৰণ আৰু (ii) সেইসময়ত গাড়ীখনে অতিক্রম কৰা দূৰত্ব নির্ণয় কৰা।

19. Which of the following is true for displacement?
(1) It can be zero.

(i) Its magnitude is greater than the distance.

সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
(i) ই শূন্য হ’ব পাৰে।
(i) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দূৰত্বতকৈ বেছি।

20. Prove F=ma from Newton’s second law of motion.
নিউটনৰ গতিবিষয়ক দ্বিতীয় সূত্ৰৰ পৰা প্রমাণ কৰা যে F=ma

21. An object travels 16m in 4s and then another 16m in 2s.
What is the average speed of the object?
বস্তু এটাই 16m দূৰত্ব 4 চেকেণ্ডত আৰু তাৰ পিছত 16m দূৰত্ব 2
চেকেণ্ডত অতিক্রম কৰে। বস্তুটোৰ গড় দ্রুতি কিমান হ’ব?

22. Explain why some of the leaves may get detached from a tree if we vigorously shake its branch.
গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা।

23. Write the law of conservation of Momentum.
ভৰবেগৰ সংৰক্ষণ সূত্ৰটো লিখা।

24. From a rifle of mass 4Kg, a bullet of mass 50gm is fired
with an initial velocity of 35ms-1. Calculate the initial recoil
the velocity of the rifle
4Kg ভৰৰ বন্দুক এটাৰ পৰা 50gm ভৰৰ গুলী এটা 35ms-‘প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। বন্দুকটোৰ প্ৰাৰম্ভিক প্রতিক্ষেপ (recoil) বেগ কিমান?

25. Which of the following has more inertia-
(i) a rubber ball and a stone of the same size?
(ii) a five rupees coin and a one-rupee coin?
তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি –
(i) এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল ?
(i) এটা পাঁচটকীয়া মুদ্রা আৰু এটা এটকীয়া মুদ্রা ?

26. Define 1 J of work.
1 J কার্যৰ সংজ্ঞা দিয়া।

27. When do we say that work is done?
কেতিয়া আমি কার্য সম্পাদন হােৱা বুলি কওঁ ?

28. What is power? What is the S.I.unit of Power?
ক্ষমতা কাক বােলে? ইয়াৰ S.I. একক কি?

29. What is the kinetic energy of an object? The kinetic energy of an object of mass m moving with a velocity of 5ms-‘is 25J. What will be its kinetic energy when its velocity is
doubled.
বস্তুৰ গতি শক্তি কি?
5ms-1 বেগেৰে গতিশীল m ভৰৰ বস্তু এটাৰ গতিশক্তি 25J৷ ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি.কিমান হ’ব?

SECTION-C
‘গ’ বিভাগ

30. Name the structural and functional unit of life.
জীৱদেহৰ সাংগঠনিক আৰু কাৰ্যকৰী একক কি ?

31. Why the plasma membrane called a selectively permeable membrane?
কোষাৱৰণখনক কিয় অর্ধভেদ্য আৱৰণ বুলি কোৱা হয় ?

32. Draw a labeled diagram of a plant cell.
এটা উদ্ভিদকোষৰ চিহ্নিত চিত্র অংকন কৰা।

33. Why are lysosomes known as suicide bags?
লাইছ’জমক কিয় কোষৰ আত্মঘাতী মােনা আখ্যা দিয়া হয় ?

34. What are the constituents of phloem?
ফ্লৱেম কলা কিহেৰে গঠিত?

35. Mention three characteristics of the Cardiac muscles.
হৃদপেশীৰ তিনিটা বৈশিষ্ট লিখা।

36. What is ligament?
লিগামেন্ট কি?

37. Which tissue makes up the husk of coconut?
কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ?

38. What are the functions of stomata?
পত্ৰৰ কার্যবিলাক কি কি?

39. Identify the type of tissue in the following: skin, bone, the lining of kidney tubule
তলত দিয়া প্ৰাণীৰ অংগসমূহ থকা কলাবােৰৰ নাম লিখা:
ছাল, অস্থি, বৃক্কৰ আৱৰণ।

*****

 

Check also:

SEBA Board Class 9 Social Science Half Yearly Exam Question Paper 2021

 

Leave a Comment

Your email address will not be published.

x