Class 10 2nd Unit Test 2021-22 M.I.L. (Assamese) Question Paper: Class X Amguri Higher Secondary School, Amguri, 2nd Unit Test 2021 Question Paper Download, Class – X Sub: M.I.L. (Assamese) Full Marks: 50 question paper download. Time: 2 hrs.
তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া
(ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।
(খ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল?
(গ) কপিল মুনিৰ মাতৃ কোন আছিল?
(ঘ) কি ৰূপ ধৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
(ঙ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
২. তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া
(ক) অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল লিখা।
খ) চৈয়দ আব্দুল মালিকৰ দুখন উপন্যাসৰ নাম লিখা।
“তথাপি তােহাক দেখন্তে ডৰত
উৰি যায় মােৰ জীউ।।” – এই কথাষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায়, বুজাই লিখা।
অমৃত পিয়ালাে।
৪ তলৰ যিকোনাে এছােৱা ব্যাখ্যা কৰা
(ক) মােহ গলৈ দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ ৰূপ – – মুগ্ধ
দূৰৰ মােগল আহি হ’ল অসমীয়া।।
(খ) মােহিনী স্বৰূপে
সাধিলাে দেৱৰ কাম।
তােমাৰ ঘৰে আসি বৰ যশ পাইলাে
লৈলাে দধিচোৰ নাম।।
৫. তলৰ যিকোনাে এটা প্রশ্নৰ উত্তৰ লিখা –
(ক) মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা।
(খ) মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।
৬. তলৰ শব্দবােৰত কি কি কাৰণে মূর্ধণ্য ‘ণ’ আৰু মুর্ধন্য ষ’ হৈছে লিখা (যিকোনাে দুটাৰ)-
ঋণ, হৰণ, যুধিষ্ঠিৰ
৭. তলত দিয়াবােৰৰ ব্যাসবাক্যৰ সৈতে সমাসৰ নাম লিখা (যিকোনাে তিনিটাৰ)
পদ্মনাভ, ত্রিফলা, ভাই-ককাই, মাতৃ পূজা
৮. সন্ধি ভাঙি দেখুওৱা (যিকোনাে তিনিটাৰ)
সংবাদ, জলাঞ্জলি, সূর্যোদয়, পৰীক্ষা
৯. বাক্য ৰচনা কৰা (যিকোনাে তিনিটাৰ)
বুকুৰ কুটুম, কপাল ফুটা, হাত লৰ, মুধা-ফুটা।
১০, তলৰ বাক্যটোত যতি চিন বহুওৱা –
শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা
১১. তলত দিয়া শব্দবােৰৰ আধুনিক ৰূপ লিখা (যিকোনাে তিনিটাৰ) –
আসি, খেড়ি, পুহাইল, নুজুৰাই
১২. ভাৱ সম্প্রসাৰণ কৰা –
যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
১৩. তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া –
(ক) কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাবে বসবাস কৰি আহিছে?
(খ) ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?
১৪. তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া –
(ক) ৰাভাসকলৰ দুটা শাখাৰ নাম লিখা।
(খ) মনিপুৰী মীতৈ / সৈতে সকলৰ নিজা ঘৰত পূজা অর্চনা কৰা দেৱ-দেৱীৰ নাম কি কি?
১৫. চমুটোকা লিখা –
(ক) সমাজসেৱিকা সৰস্বতী সিংহ।
(খ) বিষ্ণুপ্ৰসাদ ৰাভা।
Class 10 2nd Unit Test 2021-22 M.I.L. (Assamese) Question Paper Download:
Check Also:
- Class 10 SEBA 2nd Unit Test 2022 Hindi Question Paper for All Assam
- Class 10 SEBA (2nd Unit Test) Exam HSLC Question Paper 2021-2022
- SEBA 2nd Unit Test Class 10 2021-22 Social Science Model Paper
- SEBA Class 10 (2nd Unit Test) 2021 English Model Question Paper
- A letter to God | SEBA Class 10 English Question Answer
Class 10 2nd Unit Test 2021-22 M.I.L. (Assamese) Question Paper PDF Download: